ৰন্ধন কলা
নাৰিকলৰ সৈতে বৰা চাউলৰ চুঙাপিঠা উপকৰণ:বৰা চাউলৰ পিঠাগুড়ি: ১/২ কেজিনাৰিকল: এফাল ৰুকি লোৱাচেনি: ১ কাপবাঁহৰ চুঙা: দুটা প্ৰণালী: বৰা চাউলখিনি ৮ ঘণ্টা পানীত তিয়াই থ’ব৷ তাৰ পাছত টুকি লৈ ভালকৈ ধুই ৰুকি লোৱা নাৰিকল আৰু চেনিৰ লগত মিহলাই তৈয়াৰী কৰি ৰখা চুঙাকেইটাত আধালৈ ভৰাই জোখমতে সিজিব…