Anyayug Contributor নবনীতা ভট্টাচাৰ্য্য

টিটিৰ ভ্ৰমণ

 নবনীতা ভট্টাচাৰ্য্য অংকন: বৰ্ণিল মহন্ত       অনাই-বনাই ঘুৰি ভালপোৱা এধানিমান হাঁহপোৱালি, নাম তাৰ টিটি। তাৰ এই অভ্যাসটো কেনেকৈ গঢ়ি উঠিল সি নিজেও নাজানে। এক নোহোৱা-নোপোজা কথা। সেইযে প্ৰথম দিনাখন মাকৰ পিছে পিছে পানীত চৰিবলৈ ওলাই গৈছিল, সিদিনাখনৰ পৰাই সি…