মন-ফুলৰ চিঠি
ধৰিত্ৰী বৰুৱা (১) যোৱাবাৰ শীতত মন-ফুল মৰিছিল, এইবেলি শীতত পলসুৱা হাত। ডিচেম্বৰ আৰু জানুৱাৰীৰ মাজত এয়াই তফাৎ। ঠেৰেঙা জাৰত কি ফুল আনিছা? সৰিয়হ নে আন কিবা? (২) শীতে জপাই থয় মেঘ, মেঘে সামৰে প্ৰেম। বৰষুণলৈ বাট নাচাবা, “জোন” বুলিলেইচোন…

ধৰিত্ৰী বৰুৱা বুকুত সামৰি ৰাখিবলৈ কিছুমান বিষ লাগে সময়বোৰ সোঁৱৰিবলৈ কিছু আধৰুৱা কথা লাগে। পাগুলি পাগুলি কথাৰ উত্তৰ উলিয়াবলৈ মানুহ লাগে। সকলো লাগে বুলি জনাৰ পাছতো থমকি ৰয় মানুহ, শিল হয় জীৱন…মৃত হয় মন। মৃত শৰীৰ…