ৰঙা চিয়াঁহী
(শ্লেভয় জিজেকৰ ৰগৰেৰে…) দিগন্ত শইকীয়া বপুৰা সিয়ান বৰ আঁহতৰ তলত জিভা ধৰাই থাকোঁতে এদিন ওপৰৱালাৰ পৰিল নজৰ ধৰাই নিলে তাক বঁটাই নে গতাই বুজাই নাযায়৷ বিদায়ৰ চলেৰে সি কোনো কাণক কৈ গ’ল– চিঠি লিখিম চিয়াঁহী যদি নীলা…