Anyayug Contributor দিগন্ত শইকীয়া

মৃত‍্যু

দিগন্ত শইকীয়া মৃত‍্যুৰ এছটা অচল ডাৱৰে সাঁফৰ মাৰি ধৰিছে ভোক-ভাগৰুৱা মানুহবোৰে ভুনভুনাইছে গুণগুণাইছে মৃত‍্যুকথা মৃত‍্যুগান  হতাশাত মৃত‍্যু হুমুনিয়াহত মৃত‍্যু ওকালিত মত‍্যু বমিত মৃত‍্যু ৰাতিৰ এন্ধাৰত মৃত‍্যু ফ্লেশ্বলাইটৰ জোনাকীত মৃত‍্যু জোতাৰ গিৰিপনিত মৃত‍্যু হাৱাই চেণ্ডেলত মৃত‍্যু  উকা ভৰিত মৃত‍্যু হুইলচেয়াৰত মৃত‍্যু…

অনুভৱ তুলসী

দিগন্ত শইকীয়া             আমাৰ সময়খিনিক কবিতাৰ ফ্ৰে’মত ধৰি ৰখিবলৈ সক্ষম হোৱা কম সংখ‍্যক অসমীয়া কবিৰ ভিতৰত অনুভৱ তুলসী অন‍্যতম। বিষয়বস্তুৱেই হওক বা ভাষাৰ ব‍্যৱহাৰেই হওক; প্ৰতীক-চিত্ৰকল্প বা অন‍্যান‍্য কাৰিকৰী দিশতেই হওক, তেখেতৰ কবিতা প্ৰকৃতাৰ্থতেই ‘নতুন’।            …

নেগুৰ

 দিগন্ত শইকীয়া   ৰাজহাড়ৰ শেষত গুহ্যদ্বাৰ ঢাকি বেছিভাগ জন্তুৰে পিছফাল শুৱাই একোডাল নেগুৰ   মল ঢিলা হ’লে নেগুৰ লেতেৰা হয়   চঞ্চল স্বতন্ত্ৰ দেখাত   গৰাকীয়ে লৰায় গৰাকীক লৰোৱাৰ শক্তি নাই   মহ মাখি চেৰেপা খেদিবলৈ নেগুৰৰ প্ৰয়োজন বৰ

সাময়িক

দিগন্ত শইকীয়া   লালকাল এখন চহৰ চেতনাত ইথাৰ টোপনিৰ   টোপনিতো পতাকা উৰে   ভিতৰে বাহিৰে। বাহিৰে মদাৰ । নৰ্দমাত সৰে।   সৰি হেৰুৱায়। সপোন আৰু কবিতাত ৰৈ যায় নিৰ্যাস। পতাকাৰ পাতল শৰীৰ   বতাহত কঁপে   কঁপি কঁপি বৰণ…

অন্যকথা

 দিগন্ত শইকীয়া বেলেগ কিছুমান কথা বেলেগ কিছুমান চিন্তা চোপ লৈ আছে বেলেগ কিছুমান বুৰঞ্জী বেলেগ কিছুমান বেলাড বেলেগ কিছুনমান বিলাপ বেলেগ বাগধাৰা বেলেগ কিছুমান ভেঁকুৰ বেলেগ কিছুমান ভাইৰাছ বেলেগ কিছুমান মুখ বেলেগ কিছুমান বিলোচনা বেলেগ কিছুমান প্ৰসংগৰে নীলা বেলেগ কিছুমান…

ক’লা পতাকা

দিগন্ত শইকীয়া   টোপনি আহিছিল চিলমিল তেনেকৈয়ে পাৰ হ’লো সুদীৰ্ঘ সেঁতু   কম্পিত খিৰিকিৰ উচ্চতাৰে নৈ ছবি অচিন চীনৰ বৈৰী বতাহ বঞ্চিত বিৰল লহমা ক্ষণ স্বৰ্গত ডুবি   ময়েই প্রথম নে?   শতিকা সিপাৰৰ শিল সময়ত নামহীন দেহাবোৰৰ বিকাৰ কি!…

গোমা

দিগন্ত শইকীয়া   চহৰৰ ওপৰেৰে ধুমুহা   গছবোৰ! গৰ্ভলৈ প্ৰসাৰিত শিপাৰ ঠেঙুলি   ঢাপ চোতাল সৰাপাতৰ সাগৰ   সকলো সৰাপাত পশুৱেও নাখায় অলক্ষিতে ধূলি ধূলিৰ পৰা ধূলি‍ (উপনিষদ বৰ্ণিত মৃত্যুৰ ধূলি)   ক্ৰমশঃ মটীয়া আকাশ ফাটি পৰোঁ পৰোঁ   ৰূপালী…

তলসোঁত

দিগন্ত শইকীয়া   পুহৰ বন্দী বেলি কুঁৱলীৰ পোতাশাল   দিনত কুকুৰ ৰাতি শিয়াল সাধুৰ জোখাৰে জয়াল   ধুঁৱলী। ভাহে মাথোঁ গেঙনি ডেডাউৰি   নাওবোৰ ফিৰি অহা নাই আন কিছুমান চকুলৈ লোণ সংক্ৰমণ,   বিষৰোধী অৱসাদক   ভাগে ভাগে আয়োগ বিনিয়োগ…

চূণ পৰক

দিগন্ত শইকীয়া   তাৰো আগতে আমাৰ একোডাল নেগুৰ আছিল শিলতে জুই   তলে সোঁত ওপৰে সাঁকো দীঘে উপত্যকা   গছে পিন্ধিলে পাত আকাশে ৰ’দ   ভিতৰে তথাপি কুঁৱলী   হায়েনাৰ কে’নাইন। লালকাল নে উজাগৰ জিন! কি এই পিয়াহ!   কিয়…

উত্তৰ সত্য

দিগন্ত শইকীয়া এই যে আমি কওঁ কাউৰী টেঙৰ বৰ ই সত্য নহয়   অনেক মাধ্যমৰ চিকাৰ কাউৰী চাবলটাৰ্ন কাউৰী খাটিখোৱা কাউৰী জমাদাৰ কাউৰী   কুলিৰ মিঠা মাত শুনিলেই কাউৰীলে’ মনত পৰে যিমান কবিতা যিমান গান যিমান সাধু কুলিক লৈ আছে…