Anyayug Contributor দিগন্ত বৰবৰা

পঢ়ুৱৈৰ মতামত

’অন্যযুগ’-ৰ আগষ্ট সংখ্যাত সঞ্জীৱ সভাপণ্ডিতদেৱৰ লিখাটিৰ সৈতে আমি আৰু এটি কথা যোগ দিব খুজোঁ  যে বৰ্তমান অসমৰ নতুন প্রজন্মই কম দিনতে ধনী হোৱাৰ বাবে চেষ্টা নকৰি পৰিশ্ৰম কৰি উন্নতি কৰিবলৈ চেষ্টা কৰিব লাগে। নিজকে নিবনুৱা বুলি গণ্য নকৰি হকে–বিহকে আন্দোলনৰ…