Anyayug Contributor দিগন্ত নিবিড়

প্ৰেমৰ কবিতা

দিগন্ত নিবিড় মেটেকাৰ মাজৰ পৰা  চুচুক-চামাককৈ ওলাই অহা ডাউকহালৰ দৰেই  এদিন আমি ওলাই আহিছিলোঁ  ভালপোৱাৰ বাটটোৱেদি কোনোবাই দেখিব কোনোবাই জোকাব  কিমান যে সমস্যা হ’ব আমাৰ  কি ক’ম আমি বন্ধুবোৰে সুধিলে আমাক  মৰিয়েই থাকিম ঘৰে শুনিলে কথা আমাৰ  তুমি লুকাই লুকাই…

যিবোৰ হৈ গ’ল

দিগন্ত নিবিড় যিবোৰ হৈ গ’ল সৰি পঁচি মাটি হ’ল মৰা জোন এটাৰ স্মৃতি পৰিকল্পনা যিবোৰ হৈ গ’ল জ্বলি পুৰি ছাই হ’ল বিভ্ৰান্ত আকাশৰ স্বপ্ন বজ্ৰপাত একালৰ শোক একালত ফুলিছে ৰ’দে তপতাই থকা উছৱ এটাৰ পিৰালিত সৰু সৰু অনেক পোহৰৰ বিন্ধাইদি…

এদিনৰ বাবে তোমাৰ ওঁঠযুৰি

দিগন্ত নিবিড় এদিনৰ বাবে তোমাৰ ওঁঠযুৰি নিজৰ কৰি ল’লোঁ আৰু মোৰ মৃত শব্দবোৰ সেই ওঁঠেৰে পৃথিৱীক ক’লোঁ পৃথিৱীৰ সকলো দুখকে ভাল পাই পেলালোঁ চিত্ৰকৰ এজনৰ দৰে সকলো ৰং পান কৰি আঁকি গ’লোঁ কাল-কেনভাছ এদিন পৰ্বত এখন খহি পৰা কথাত বতাহে…