Anyayug Contributor তেঁতেলী আৰু সৰিয়হৰে ইলিচ মাছ

চাংমাইশাল

তেঁতেলী আৰু সৰিয়হৰে ইলিচ মাছ ইলিচ মাছ বুলি ক’লেই  সাধাৰণতে সৰিয়হ-ইলিচ, ভাপা ইলিচ, ইলিচ মাছৰ পাতুৰি  আদি  ৰন্ধনশৈলীয়েই আমাৰ মনলৈ আহে। এইবাৰ আগ বঢ়াইছোঁ ইলিছ মাছৰ এক ব্যতিক্ৰমী ৰন্ধন— উপকৰণ ইলিচ মাছ ৬ টুকুৰা সৰিয়হ ২ চাহ–চামুচ তেঁতেলী ১/২ টেবুল–চামুচ কেঁচা জলকীয়া ৪টা নিমখ স্বাদ অনুসৰি চেনি ১ চাহ–চামুচ গোটা…