Anyayug Contributor তৃণ নৱনীতা ভাট্টাচাৰ্য্য

টিটিৰ দিনলিপি

তৃণনৱনীতা ভাট্টাচাৰ্য্য আজিও তোমালোকলৈ টিটিৰ দিনলিপিৰ পৰা এটা নতুন গল্প লৈ আহিছোঁ। কথাবোৰ তেনেই চিনাকি আৰু পূৰণিও। পিছে টিটিৰ দৃষ্টিভংগীৰে চালে তাত আকৌ বহুতো নতুন দিশ বিচাৰি পাবা। বিশেষ কথা নবঢ়াই পোনে পোনে টিটিয়ে লিখা ধৰণেই কওঁ শুনা— লাহে লাহে…