Anyayug Contributor ড O নন্দ সিং বৰকলা

মৃত্যু চেতনা আৰু যন্ত্ৰণাৰ ভিতৰেদি

ডO নন্দ সিং বৰকলা The Voyage নামৰ কবিতাৰ শেষ স্তৱকত প্ৰখ্যাত বিদেশী কবি শ্বাৰ্ল বোদলেয়াৰে লিখিছে- “O Death, Old Captain, it is time! Set sail this land palls on us, Death! Let’s palls on sea, if sky and ocean are…