উজনি আৰু মধ্য অসমত দুখন সমান্তৰাল কছাৰী ৰাজ্যৰ সাক্ষ্যপ্ৰমাণ
ড০ ৰক্তিম ৰঞ্জন শইকীয়া বৃহত্তৰ কছাৰীমূলীয় লোকসকল অসমৰ প্ৰাচীন অধিবাসী৷ ‘তিব্বত-চীন’ ভাষাৰ ‘বৰ্মী উপভাষী’ এই মংগোলীয় লোকসকল এসময়ত নেপাল আৰু দক্ষিণ তিব্বতৰ এক বৃহৎ অংশ জুৰি বাস কৰিছিল। এই ভাষা-ভাষী লোকসকলৰ অসংখ্য উপভাষা আছিল আৰু সকলোৰে উপভাষাও ইটোৰ পৰা সিটো…