Anyayug Contributor ড° ৰক্তিম ৰঞ্জন শইকীয়া

ব্ৰিটিছ লাইব্ৰেৰীত ফ্ৰান্সিছ বুকানন হেমিল্টনৰ শব্দকোষৰ আৱিষ্কাৰ আৰু অসমীয়া ভাষাৰ গৱেষণা

 ড০ ৰক্তিম ৰঞ্জন শইকীয়া পুৰন্দৰ সিংহৰ পিতৃ ব্ৰজনাথৰ হস্তাক্ষৰৰ চানেকি   ২০১২ চনৰ শেষভাগত অসম সম্পৰ্কীয় এটি বাতৰিয়ে ভাৰতৰ প্ৰতিখন ৰাষ্টীয় কাকত আৰু কেইখনমান আন্তঃৰাষ্ট্ৰীয় প্ৰথম পৃষ্ঠাৰ গুৰুত্বপূৰ্ণ স্থান দখল কৰিছিল৷ বাতৰিটো আছিল, লণ্ডনস্থিত ব্ৰিটিছ লাইব্ৰেৰীত এখন অসমীয়াসহ দহটা ভাষাৰ এখনি…

মধ্যযুগৰ সমুদ্ৰ বিজয়ী ভাৰতীয়

 ড০ ৰক্তিম ৰঞ্জন শইকীয়া   যোৱা ৫০০০ বছৰ ধৰি ভাৰতবৰ্ষ হৈ আহিছে মানৱ প্ৰব্ৰজনৰ থলী। এই প্ৰব্ৰজনকাৰীসকলে ভাৰতবৰ্ষকে নিজৰ ঘৰ বুলি লৈ মিলি গৈছিল। শক কুষাণৰ দৰে এসময়ৰ আক্ৰমণকাৰী পাছৰ যুগত হৈ পৰিছিল ভাৰতৰ স্বাধীনতাৰ ৰক্ষক।৷ কিন্ত ১৫ শতিকাৰ প্ৰব্ৰজনৰ…

ঐতিহাসিক কালৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাত মথাউৰি নিৰ্মাণ আৰু ইয়াৰ ফলাফল

 ড০ ৰক্তিম ৰঞ্জন শইকীয়া   নদীৰ গতি আৰু প্ৰকৃতি নিয়ন্ত্ৰণ কৰিবলৈ অতীতৰে পৰা মানুহে প্ৰয়াস কৰি আহিছে৷ এই প্ৰয়াসক বাস্তৱ ৰূপ দিবলৈ কেতিয়াবা মানুহে খাল খান্দিছে, কেতিয়াবা বান্ধ সাজিছে আৰু কেতিয়াবা মথাউৰি বান্ধিছে৷ বান্ধ আৰু মথাউৰিৰ পার্থক্য এটাই৷ বান্ধ একোটা…

প্ৰাক-ঔপনিৱেশিক অসমৰ মুদ্ৰা অর্থনীতি

  ড° ৰক্তিম ৰঞ্জন শইকীয়া বিখ্যাত অর্থনীতিবিদ “উইল কেণ্টনে” (Will Kenton) “ইনবেষ্টোপেডিয়া” নামৰ ৱেৱপেজটোত অর্থনীতিৰ এটা সুন্দৰ সংজ্ঞা দাঙি ধৰিছে৷ উইল কেণ্টন সংজ্ঞা মতে  “অৰ্থনীতি হৈছে আন্তঃসম্পৰ্কীয় উৎপাদন, উপভোগ আৰু বিনিময়ক সম্পর্কীত কৰা এক জটিল ব্যৱস্থা৷ এই ব্যৱস্থাটোৱে উৎপাদন, উপৰভোগ…

“নীতিসাৰ পুৰাণ”: আহোম ৰাজ্যত স্বাস্থ্য আৰু সুস্থতা সম্পর্কীয় চিন্তা-চর্চা

 ড০ ৰক্তিম ৰঞ্জন শইকীয়া   আমাৰ সাধাৰণ ধাৰণা অনুযায়ী মধ্যযুগৰ অসমত স্বাস্থ্য সম্পর্কীয় চিন্তা-চর্চা নিদান শাস্ত্ৰতে সীমাৱদ্ধ আছিল৷ কিন্তু ১৯১৪ চনত ব্ৰিটিছ লাইব্ৰেৰীত বিচাৰি পোৱা “নীতিসাৰ পুৰাণ” নামৰ গ্ৰন্থখনিয়ে আহোম ৰাজ্যত গজালি মেলা প্ৰাৰম্ভিক পর্যায়ৰ স্বাস্থ্য আৰু সুস্থতা সম্পর্কীয় চিন্তা-চর্চা…

মধ্যযুগৰ অসমৰ অৰ্থনৈতিক আৰু ৰণনৈতিক কেন্দ্ৰ ৰহা

 ড০ ৰক্তিম ৰঞ্জন শইকীয়া   কোনো এটা অঞ্চলৰ আৰ্থিক গতিবিধি নিৰ্ভৰ কৰে অঞ্চলটোৰ ভৌগোলিক অৱস্থিতি আৰু যাতায়াত সংযোগৰ সা-সুবিধাৰ ওপৰত। মধ্যযুগৰ অসমৰ আহোম ৰাজ্যৰ ৰহা আছিল এনে এটা অঞ্চল ৷ ভৌগোলিক অৱস্থিতিৰ কাৰণেই ৰহা অঞ্চলটোৱে অতীজৰে পৰা ৰণকৌশলগত অৰ্থনৈতিক গুৰুত্ব লাভ কৰি…

ইতিহাস এষণা : আহোম ৰাজ্যত পাইক প্ৰথাৰ ক্ৰমবিকাশ

 ড০ ৰক্তিম ৰঞ্জন শইকীয়া   উজনি অসমৰ আহোম ৰাজ্য গঠন আৰু সংবৰ্ধন প্ৰকৃতাৰ্থতেই এক ঐতিহাসিক বিস্ময় বুলিব পাৰি৷ কাৰণ আহোম ৰাজ্যৰ বীজ ৰোপণ হৈছিল এক পলসুৱা উপত্যকাত৷ কঠিন শিলৰ অভাৱ, অস্থিৰ নদীৰ পাৰ আৰু প্ৰৱল বানপানীৰ বাবে ৰজাই বাৰে বাৰে…

ইতিহাস এষণা : নামদাং

  ড০ ৰক্তিম ৰঞ্জন শইকীয়া ১৮২৫ চনৰ ২৭ জানুৱাৰিৰ ৰাতিপুৱা৷ লেফ্‌টেনেন্ট জেমচ্‌ ব্ৰুকে (পাছলৈ ছাৰ জেমছ্ ব্ৰুকে) তেওঁৰ ‘ৰংপুৰ লেভী’ৰ (পাছলৈ 42nd Assam Light Infantry) অনিয়মীয়া অশ্বাৰোহী বাহিনীৰ দল এটাৰ নেতৃত্ব লৈ নামদাঙৰ ঠেক শিলাসাঁকোৰ ওপৰত অপেক্ষা কৰি থকা মানসেনাক আক্ৰমণ কৰিছিল৷…

ইতিহাস এষণা : টেঙাই মহন আৰু তেওঁৰ পৰৱৰ্তী কালৰ তাই-অসমীয়া দ্বিভাষিক অভিধান প্ৰণয়নৰ ধাৰা

 ড০ ৰক্তিম ৰঞ্জন শইকীয়া   প্ৰথম অসমীয়া অভিধান প্ৰণয়নকৰ্তা কোন আছিল সেই কথাটো লৈ বিতৰ্ক বহুত পুৰণি যদিও আজি আমি ক’ব পৰা হৈছো যে ১৭৯৫ চনত টেঙাই মহনে প্ৰণয়ন কৰা বৰঅম্ৰ আৰু একে বছৰতে অৰ্থাৎ ১৭৯৫ চনতে ৰমাকান্ত মলাঘৰীয়া বৰুৱাই প্ৰণয়ন…

ইতিহাস এষণা : মেচ বিতৰ্ক আৰু অসমৰ প্ৰাচীন জনগোষ্ঠী মেচ কছাৰীসকলৰ সম্পৰ্কে কিছু তথ্য

 ড° ৰক্তিম ৰঞ্জন শইকীয়া   কিছুদিনৰ আগতে শীমন্ত শংকৰদেৱৰ কীৰ্তনত “কাটি মাৰি ম্লেচক কৰিবা বুন্দামাৰ” বুলি উল্লেখ থকাক লৈ, ম্লেচেই “মেচ” বুলি অসমৰ এজন জনগোষ্ঠীয় নেতাই অসমৰ সামাজিক তথা বৌদ্ধিক পৰিৱেশ দূষিত কৰি তোলাৰ কথা সকলোৱে এতিয়াও মনত ৰাখিছে৷ উনবিংশ শতিকাত…