প্ৰবন্ধ এটা কেনেকৈ লিখিব লাগে
ড০ ৰক্তিম ৰঞ্জন শইকীয়া বিখ্যাত ইংৰাজ ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ ছমাৰছেট মমক এবাৰ সোধা হ’ল যে উপন্যাস লিখাৰ কিবা নিয়ম আছে নেকি? ছমাৰছেট মমে কিছু সময় ভাবি উত্তৰ দিলে, “তিনিটা নিয়ম আছে৷ কিন্তু দুৰ্ভাগ্যবশতঃ সেই নিয়মকেইটানো কি কোনেও নাজানে৷ প্ৰবন্ধ…