পৰ্যটন আৰু অসমৰ অৰ্থনীতি
ড° শশীকান্ত শইকীয়া সাম্প্ৰতিক বিশ্বত পৰ্যটনৰ যোগেদি পৃথিৱীৰ প্ৰায় সকলো দেশে নিজৰ অৰ্থনৈতিক শক্তি টনকিয়াল কৰাৰ প্ৰতিযোগিতাত লিপ্ত হৈছে৷ পৃথিৱীৰ উন্নত দেশসমূহে বহু বছৰৰ পূৰ্বেৰ্ই পৰ্যটনক অৰ্থনৈতিক প্ৰগতিৰ আহিলা হিচাপে গ্ৰহণ কৰিছে৷ পৰ্যটনে আৰ্থিক প্ৰগতিৰ পথ প্ৰশস্ত কৰাৰ…