শেঁতা পৰা আলোক-সংকেত
ড° ভাৰত বৰুৱা আমেৰিকাৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়বোৰত বিদেশৰ পৰা আহি প্ৰতি বছৰে এক নিযুততকৈও অধিক ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰেহি। উচ্চশিক্ষা হৈছে আমেৰিকাৰ এক বিশাল ৰপ্তানি সেৱা যিটোৱে ৪২ বিলিয়ন ডলাৰৰ ৰাজহ যোগান ধৰে। কিন্তু শেহতীয়াকৈ সেই ধনৰ প্ৰৱাহ প্ৰায় বন্ধ হ’বলৈ…