আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস আৰু ভাৰতীয় চাহ শিল্প
ড˚ বিচিত্ৰ কুমাৰ বৰঠাকুৰ ২১ মে’, ২০২০ চন, বিশ্বই প্ৰথমবাৰৰ কাৰণে উদ্যাপন কৰিলে আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস৷ যদিও ২০০৫ চনৰ ১৫ ডিচেম্বৰ তাৰিখে ভাৰতবৰ্ষৰ ৰাজধানী নতুন দিল্লী মহানগৰত প্ৰথমে এই দিৱসটো পালন কৰিছিল, তথাপিও কালক্ৰমত ভাৰতবৰ্ষৰ পৰামৰ্শ অনুসাৰে আৰু International…