ভাগ্যৰ অজুহাত
ড০ প্রাঞ্জল বেজবৰা আমি বিভিন্ন সময়ত আমাৰ ব্যৰ্থতা ঢাকিবলৈ অজুহাতৰ আশ্ৰয় লওঁ৷ না না অজুহাত দেখুৱাই আমি আমাৰ বিফলতাৰ যুক্তিযুক্ততা প্ৰমাণ কৰিবলৈ যাওঁ৷ অজুহাত সফলতাৰ অন্তৰায়৷ বিজ্ঞলোকে কয় যে ৯৯ শতাংশ বিফল ব্যক্তিৰে অজুহাত দেখুউৱাৰ অভ্যাস৷ যিসকল ব্যক্তিয়ে জীৱনত…