Anyayug Contributor ড° নীৰাজনা মহন্ত বেজবৰা

অসমীয়া ভাষা-সাহিত্যৰ উচ্চশিক্ষা সম্পর্কীয় চিন্তা আৰু ‘ৰাষ্ট্রীয় শিক্ষানীতি ২০২০’

ড° নীৰাজনা মহন্ত বেজবৰা        (ক) প্রচলিত শিক্ষা ব্যৱস্থা আমাৰ দেশৰ শিক্ষা ব্যৱস্থাত জাতীয় ভাষা-সাহিত্যৰ শিক্ষাই এক বুজন অংশ অধিকাৰ কৰি আছে। অসমীয়া ভাষা-সাহিত্যৰ শিক্ষাও তেনেকুৱা এটা বিষয়। জাতি একোটাক আশ্রয় কৰি জাতীয় ভাষা আৰু জাতীয় ভাষাক আশ্রয় কৰিয়ে জাতীয়…