চলচ্চিত্ৰ মহোৎসৱ, কৌটিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু হাউছ অৱ ইলিউজনছ
ড° দীপশিখা ভাগৱতী চলচ্চিত্ৰ মহোৎসৱ, ফিল্ম ফেষ্টিভেল বুলি ক‘লে আজিৰ পৰা কেই বছৰমান আগলৈকে সাধাৰণ জনগণই সৰ্বসাধাৰণে ঢুকি পোৱাৰ উৰ্ধ্বৰ এক জাকজমক “এফেয়াৰ” বুলিয়েই ধাৰণা কৰি আছিল। ফিল্ম ফেষ্টিভেল বুলি ক‘লে মানুহে কাঁ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ, বাৰ্লিন, টৰণ্ট‘, ভেনিছ, বা অতি…