Anyayug Contributor ড° দীপশিখা ভাগৱতী অগ্নি শৰণ

মূল কবিতা: ‘The Fire Sermon’ (The Waste Land)

কবি:  টি.এছ. এলিয়ট অনুবাদ:  ড° দীপশিখা ভাগৱতী অগ্নি  শৰণ   ভগ্ন এই নদীৰ তামীঘৰা, পাতখিলাৰ অন্তিম আঙুলিটোৰ মুঠি দৃঢ়, বুৰ যায় আদ্ৰৰ্ সৈকতত৷ পৰলা মাটিক বিদীৰ্ণ কৰি বৈ যায় নীৰৱ বতাহ, মৰহুম (১) অপ্সৰাৰ জাক৷ প্ৰিয়তম টেম্‌ছ, মোৰ গীত শেষ…