Anyayug Contributor ড° দিগন্ত দত্ত

নাটকৰ ভ্ৰাম্যমাণ অভিজাত যাযাবৰী কবিজন…

 ডo দিগন্ত দত্ত আমাৰ ক্ষুদ্ৰ পৃথিৱীখনত লগ পোৱা নাটকৰ ভ্ৰাম্যমাণ অভিজাত যাযাবৰী কবিজন নোহোৱা হৈ গ’ল৷ ৰাইজৰ ৰফিকুল হোছেইন….আমাৰ ৰফিকদা৷ নাটক, কবিতা, আড্ডা, পথাৰ, নৈ, পানী, নিশাৰ আকাশ, ছবি, ৰাজনীতি, সমাজনীতি…. এই বিশাল সাগৰখনৰ মাজত ৰফিকদা নামৰ বহুমাত্ৰিক বিশাল আয়তনৰ…