Anyayug Contributor ড° তপোধীৰ ভট্টাচাৰ্য

অনুবাদতত্ত্ব

মূল : ড° তপোধীৰ ভট্টাচাৰ্য অসমীয়া অনুবাদ : কুমুদ ঘোষ   (সমকালীন বাঙালি প্ৰাবন্ধিকসকলৰ ভিতৰত অন্যতম ড॰ তপোধীৰ ভট্টাচাৰ্য৷  দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য বিভাগৰ ৰবীন্দ্ৰ অধ্যাপক হিচাপে এসময়ত সেৱা আগবঢোৱা ড॰ ভট্টাচাৰ্যই পৰৱত¹ সময়ত অসম বিশ্ববিদ্যালয়, শিলচৰৰ উপাচাৰ্য…