চ্যালুইনৰ পৰা লুইতলৈ
ড০ চন্দ্ৰধৰ চমুৱা (যোৱা সংখ্যাৰ পিছৰ পৰা) (সামৰণি অধ্যায়) লাক্নি মঙ্কাউ বছৰ৷ ৰাজ্যৰ শৌৰ্য-বীৰ্য, প্ৰাণপ্ৰাচুৰ্য, নতুন উদ্দীপনা প্ৰতিষ্ঠাৰ বাবেই ৰিক্-খ্বন্ মঙ্-খবন্ পূজা পতা হৈছে। তিনি পুৰোহিতে খেক্ বিধি অনুসৰি পূজা পৰিচালনা কৰিছে। পূজা-উৎসৱলৈ আমন্ত্ৰণ কৰা হৈছে…