Anyayug Contributor ড° কুলেন্দু পাঠক

মানৱ অতিযুগৰ কথা

ড˚ কুলেন্দু পাঠক এনথ্ৰ’প’চিন ইপ’ক বা মানৱ অধিযুগতে মানৱ সভ্যতা আৰু জীৱজগতে মহা বিপৰ্যয়ৰ সন্মুখীন হ’ব নেকি— এই প্ৰশ্নৰ আজি–কালি প্ৰায়ে আলোচিত হয়৷ পৃথিৱী, জীৱজগত, মহাবিশ্ব আদিৰ উৎপত্তি কিদৰে হৈছিল? এই প্ৰশ্ন মানুহে বহুত প্ৰাচীন কালৰে পৰাই কৰি আহিছে৷ প্ৰবল…