শুনিছোঁ শেষ আশ্ৰয় দিয়ে হেনো শুভ্ৰতাই
ড০ অৰ্চনা পূজাৰী কবিৰ বিষয়ে লিখিবলৈ গৈ কবিৰ কবিতাৰ শাৰীটোৰেই শিৰোনামটি ঠিক কৰিলোঁ অনুভৱ তুলসীয়ে যেন সকলো কথাই জানিছিল৷ সকলো কামেই নিজৰ মতে সজাই লৈছিল৷ ঠিক সেইমতে যেন লিপিবদ্ধও কৰি গৈছিল৷ এনেদৰে কোৱাৰ মুলতে হ’ল মৃত্যুৰ কিছুদিন পূৰ্বে তেখেতে লিখি থৈ যোৱা…