বৰগোহাঞি ছাৰ আজি গ’লগৈ…
ডা: নৰেন কুটুম (১২ মে’ ২০২১) পুৱা আঠ বজাত আমাৰ নাইট ডিউটিৰ সময় শেষ হয়৷ নাইট ডিউটি কৰি ঘৰলৈ যাবলৈ মাথোঁ কিছু সময় বাকী৷ বন্ধু ডা: প্ৰবীণ কাকতিয়ে ফ’নত খবৰটো দিলে হোমেন বৰগোহাঞি ছাৰ ঢুকাল৷ মই কিছু সময় বাকৰুদ্ধ হ’লোঁ৷ সি…