Anyayug Contributor ডাঃ মাখন কলিতা

শিশুৰ বৃদ্ধি আৰু বিকাশ

 ডাঃ মাখন কলিতা         শিশুৰ বৃদ্ধি আৰু বিকাশৰ বিষয়টোৰ পৰিসৰ যথেষ্ট ব্যাপক৷ পৰিসৰ ব্যাপক এই কাৰণেই যে স্বাস্থ্য বিভাগৰ উপৰি সমাজ কল্যাণ, শিক্ষা, ক্ৰীড়া, সাংস্কৃতিক আদি চৰকাৰী আৰু বেচৰকাৰী বহু বিভাগ শিশুৰ বৃদ্ধি আৰু বিকাশৰ স’তে পৰোক্ষ অথবা প্ৰত্যক্ষভাৱে সম্পৰ্কিত৷…