Anyayug Contributor ডব্লিউ বি য়েটছ

এটি মদ্যপান কৰা গীত

   মূল : ডব্লিউ বি য়েটছ অনুবাদ : ড° ৰঞ্জিত দত্ত ফটিকাখিনি  মুখত পৰাৰ লগে লগেই দুচকুত জিলিকি উঠিল প্ৰেম জন্মৰ পৰা বৃদ্ধ হৈ মৃত্যু বৰণ কৰালৈকে সেয়াই যে প্ৰকৃত সত্য  তাক আমি ভালদৰেই জানো। মই  মুখত তুলি ল’লো গিলাছটো চাই…

দ্বিতীয় আগমনি

  মূল : ডব্লিউ বি য়েটছ অনুবাদ : ড° ৰঞ্জিত দত্ত বৃত্তাকাৰে ঘূৰি ঘূৰি লাহে লাহে বহল হৈ গৈছে সাগৰীয় ঢৌবোৰ, গঙ্গাচিলনীজনীয়েও  শুনা নাই এতিয়া তাইৰ প্ৰশিক্ষকৰ নিৰ্দেশনা। সকলোৰে অৱক্ষয় হৈছে পৃথিৱীখনেও এতিয়া  ধৰি ৰাখিব পৰা নাই একোকে, নিয়মবিহীনতাই কুটিকুটি খাইছে…

প্ৰেমৰ যন্ত্ৰণা

 মূল : ডব্লিউ বি য়েটছ অনুবাদ : ড° ৰঞ্জিত দত্ত ঘৰৰ পানীপোতাত ঘৰচিৰিকা চৰাইবোৰে পাখি মাৰি চিঁ-চিঁয়াই কৰা সেই মনোমোহা কাজিয়াবিলাক, অজস্ৰ তৰালিক বুকুত সাবটি নাচি নাচি গৈ থকা পূৰ্ণিমাৰ অপৰূপ জোনটো, দৰদী নিশাৰ গছৰ পাতৰ সেই চিনাকি চিৰন্তন গীতবোৰেইতো…

শীতল স্বৰ্গ

 মূল : ডব্লিউ বি য়েটছ অনুবাদ : ড° ৰঞ্জিত দত্ত হঠাতে দেখিলোঁ মই মৃত্যুসম শীতল এখন চমকি উঠা  আকাশ, মোৰ এনে লাগিছিল  যেন বৰফবোৰ গলিছে চাৰিওফালে মাথোঁ বৰফ, বৰফ আৰু বৰফ!  তাৰ ঠিক পাছতেই  উৰি গ’ল মোৰ ফুলকুমলীয়া  হিয়াখন  দূৰলৈ,…

প্ৰেম আৰু পক্ষী

মূল : ডব্লিউ বি য়েটছ অনুবাদ : ড° ৰঞ্জিত দত্ত নাটকখন চাই থকাৰ নিচিনাকৈয়ে পাৰ হৈ গ’ল ক্ষণবোৰ।  মোৰ প্ৰজ্ঞা  আনিব পাৰে মাথোঁ  প্ৰেমেহে। এই সকলোবোৰ কিন্তু মোৰ  মাৰ মানসিক সজাগতাৰহে এটি অংশ, যদিও মই কব পাৰোঁ এই সকলোবোৰ তথাপি…