Anyayug Contributor জ্যোতিষ্মান দাস

‘গোৱাহে এবাৰ মোৰ প্ৰিয় বিহংগিনি’: পৰিপাৰ্শ্ব-সমালোচনা, ৰোমাণ্টিকতাবাদ আৰু ৰঘুনাথ চৌধাৰীৰ কবিতাৰ পুনঃপঠন

জ্যোতিষ্মান দাস          ইউৰোপৰ ‘যুক্তিৰ-যুগ’(Age of Reason)খ্যাত দীৰ্ঘ অষ্টাদশ শতিকাৰ ‘আলোকপ্ৰাপ্তি’ (Enlightenment)ৰ প্ৰতিক্ৰিয়া হিচাপেই উত্থান হৈছিল–ৰোমান্টিকতাবাদৰ৷ ফ্ৰান্সিছ বেকনৰ  ‘অভিজ্ঞতাবাদ’ (Empiricism), আইজাক নিউটনৰ পদাৰ্থবিজ্ঞানৰ যুগান্তকাৰী মতবাদৰ প্ৰভাৱ আৰু ৰেনে ডেকাৰ্টৰ বিখ্যাত উক্তি ‘Cogito, ergo sum’ (মই ভাৱো–সেয়ে মই আছোঁ)ৰ ধাৰণাই …

টকিঅ’ৰ আৱৰ্জনা আৰু আৱৰ্জনামুক্ত ভাৰতৰ স্বপ্ন

জ্যোতিষ্মান দাস           আৱৰ্জনাৰ সঠিক ব্যৱস্থাপনা আধুনিক মানৱ সভ্যতাৰ এক প্ৰধান প্ৰত্যাহ্বান৷ কিন্তু এই প্ৰত্যাহ্বানক হেলাৰঙে অতিক্ৰম কৰি বিশ্বৰ আগশাৰীৰ বহু দেশে আৱৰ্জনাক শক্তিৰ বিকল্প-উৎস আৰু প্ৰয়োজনীয় সম্পদলৈ ৰূপান্তৰিত কৰাত সফলতা অৰ্জন কৰিছে৷ কিন্তু ভাৰতবৰ্ষৰ দৰে জনবহুল দেশত এতিয়াও…