জীৱন অথবা মৃত্যু
জুৰী বৰা বৰগোহাঞি ৰেজিষ্টাৰখনৰ শেষৰটো ঠিকনা মাকুম পথাৰ, তিনিচুকীয়া৷ বাৰাণ্ডাত বগা প’লিথিনিৰে মেৰ খাই থকা এটা মৃতদেহ৷ ষ্ট্ৰীট লাইটৰ শেঁতা পোহৰ বাৰাণ্ডাত পৰি আছে৷ সেই পোহৰত ৰহস্যময় কাহিনী এটাত বৰ্ণিত অলৌকিক ঘটনা এটাত মৃতদেহটো ওপঙি থকাৰ দৰে লাগিছে৷ প্ৰতিভা মৰাণ…