Anyayug Contributor জুৰি বৰুৱা

দলিত নাৰীবাদ, দুৰ্গী ভূমিজ আৰু জছনাৰ ঝিটাছ

 জুৰি বৰুৱা   অসমীয়া উপন্যাসে প্ৰতিনিধিত্ব কৰা প্ৰগতিশীল ধাৰাসমূহৰ ভিতৰত নাৰীবাদী চিন্তা বিশেষভাৱে উল্লেখযোগ্য। কিন্তু অসমীয়া উপন্যাসেও মূলসুঁতিৰ নাৰীবাদক অতিক্ৰম কৰি প্ৰান্তীয় চেতনাৰ নাৰীবাদক কিমান কঢ়িয়াব পাৰিছে সেয়া এক ডাঙৰ প্ৰশ্ন৷  নাৰীবাদে সমতা আৰু সমান অধিকাৰৰ কথা কয়। অৱশ্যে সমতা…

খঞ্জৰ-ই-ইস্ক

 জুৰি বৰুৱা কুকাৰৰ হুইছেল আৰু বাউল। নির্দোষীৰ চকু আৰু দালানৰ লক্‌ডাউন। অস্বস্তিত ভোগা কুলিৰ মাত। দাৱতবিহীন ঈদ। আৰু এই দীঘল বাটত খঞ্জৰ এখন হৈ বাঢ়ি অহা নিৰৱতা। চাৰা দুনিয়া যেনিবা কিনিয়ে পেলালা, কিবা লাভ হ’ব বুলি ঘোষণা কৰিব পাৰিবা? এই কথা আজিকালি…