Anyayug Contributor জয় ৰুবিন অসমীয়া অনুবাদ: বিদ্যুৎ বিকাশ শৰ্মা

এখন খিৰিকীৰ গল্প

মূল : হাৰুকি মুৰাকামিগল্প সংকলন :  The Elephant Vanishesগল্প :  A Windowইংৰাজী অনুবাদ : জয় ৰুবিনঅসমীয়া অনুবাদ : বিদ্যুৎ বিকাশ শৰ্মা হাৰুকি মুৰাকামি  শুভেচ্ছা ল’ব। এটা এটা দিন পাৰ হৈ গৈছে মানে শীতৰ ঠেঁটুৱৈ লগা ভাৱটো ক্ৰমে কমি আহিছে। কোমল…