পল এলুৱাৰ্দৰ কবিতা
ইংৰাজী অনুবাদ : জন হেইজ অসমীয়া অনুবাদ : প্ৰশান্ত মিশ্ৰ (কবি পৰিচয় : এগৰাকী প্ৰখ্যাত ফৰাচী কবি (১৮৯৫-১৯৫২)আৰু ফ্ৰান্সৰ অধিবাস্তৱবাদী (Surrealism) আন্দোলনৰ অন্যতম পৃষ্ঠপোষক। দ্বিতীয় মহাযুদ্ধৰ সময়ত নাজীবাদ বিৰোধী কবিতাৰ যোগেদি সমগ্ৰ বিশ্বত খ্যাতি লাভ কৰে।) পাঁচটা হাইকু বতাহজাক অমীমাংসিত …