পাগল ছোৱালীজনীৰ প্ৰেমগীত
মূল : চিলভিয়া প্লাথ (ইং. Mad Girl’s Love Song, Sylvia Plath) অনুবাদ : ড° ৰঞ্জিত দত্ত চকুদুটি মুদি দিলোঁ মৃত হৈ পৰিল পৃথিৱীৰ সকলো, মেলি দিলোঁ চকুৰ-পতাদুখন প্ৰাণ পাই উঠিল সকলো। মই ভাবিছোঁ জগাই তুলিলোঁ তোমাক মোৰ মগজুৰ ভিতৰতে। ৰঙা-নীলাৰ…