Anyayug Contributor চয়নিকা শৰ্মা খাউ ণ্ড

এটা কোমল ফাৰৰ কোট

   চয়নিকা শৰ্মা খাউণ্ড        চিকিউৰিটি ছেকিঙৰ যাৱতীয় কামখিনি শেষ কৰি বিশাল এয়াৰপ’ৰ্টটোৰ জিৰনি কক্ষত সুকোমল ছ’ফাখনত নিজৰ গাটো ধমহকৈ এৰি দি স্বস্তিৰ নিশ্বাস পেলালে অৰুণাভ দত্তই৷ মাজৰাতিৰ ফ্লাইট, তাতে আকৌ হাড়, কঁপোৱা ঠাণ্ডা- কফি একাপৰ বৰ প্ৰয়োজন অনুভৱ কৰিলে…