Anyayug Contributor চন্দ্ৰ শইকীয়া

অদৃশ্য

 চন্দ্ৰ শইকীয়া   এনেকৈয়ে চলি থাকে হৃদয় চলি থাকে সময়!   সংসাৰৰ জ্বালা যন্ত্ৰণাৰে  ক্ষত বিক্ষত অনেক ভৰুণ হৃদয়!   স্তব্ধ হৃদয়ত লিখা নাথাকে  অতীতৰ গুণ গৰিমা আৰু ঐশ্বৰ্য বিভূতি!   সময়ৰ মান মাপক যন্ত্ৰৰ  দোলন ক্ষমতাৰো এদিন অন্ত পৰে;…

অজগৰ নদীখন

চন্দ্ৰ শইকীয়া   নদীখনেদিয়েই সূৰ্য নামে প্ৰতিদিনে ককাৰ ধোঁৱা বৰণীয়া চকুত কুণ্ডলী পকাই নদীখন বৈ থাকে অহৰ্নিশে ৰাতিয়ে দিনে পাৰঘাটৰ টিলাটোৰ ওপৰতে যাত্ৰীবিলাকে জুমবান্ধি থাকে উত্তাল নদীখনৰ বুকুলৈ চাই চাই   প্ৰতিদিনে এটা সময় আহে নদীৰ বুকুত চমকনি তুলি সূৰ্যটো অন্ধকাৰ…

অজিৎ বৰুৱাৰ ‘জেংৰাই-১৯৬৩’ কবিতাৰ এটি সমীক্ষা

  চন্দ্ৰ শইকীয়া সাহিত্য অকাডেমিৰ বঁটা প্রাপ্ত অজিৎ কুমাৰ বৰুৱা(১৯২৬-২০১৫) একেধাৰে কবি, গীতিকাৰ, উপন্যাসিক, সমালোচক, অনুবাদক আৰু ৰম্যৰচনাকাৰ। ‘জেংৰাই-১৯৬৩’ নামৰ  বিখ্যাত কবিতাটিৰ জন্মদাতা হোৱাৰ পৰাই এই কবিজন ‘জেংৰাই কবি’ হিচাবেই প্ৰখ্যাত হৈ পৰে। উজনি মাজুলীৰ জেংৰাইমুখ অঞ্চলতে তিব্বতৰ পৰা ওলাই…