Anyayug Contributor চন্দ্ৰ কুমাৰ বড়া

বাঘৰ পদ্য

 চন্দ্ৰ কুমাৰ বড়া     গাঁৱত বাঘবোৰ বাঘ হৈ নাথাকে ফেউৰা হৈ যায় ক’লৰৱ শুনি শিশুৰ কিৰিলি শুনি কিশোৰৰ নিশ্চুপ হৈ যায় বাঘ   বাঘৰ গোঁজৰণি নাথাকে নাথাকে দাঁত-নখ তীক্ষ্ণ বাঘবোৰ নাথাকে বাঘ হৈ কুকুৰ হৈ যায়   ডবা বাজে…