Anyayug Contributor চন্দনজ্যোতি চুতীয়া

অসমৰ জনগোষ্ঠীগত দ্বন্দ্ব সন্দৰ্ভত হীৰেন গোহাঁইৰ মতাদৰ্শ

 চন্দনজ্যোতি চুতীয়া   বিংশ শতিকাত আত্মপ্ৰকাশ কৰি অসমৰ জাতীয় জীৱনক দিক্‌দৰ্শন কৰিবলৈ সক্ষম হোৱা হীৰেন গোহাঁইৰ অধ্যয়ন, পৰ্যবেক্ষণ আৰু চিন্তনৰ ক্ষেত্ৰ যথেষ্ট গভীৰ আৰু ব্যাপক৷ বিংশ শতিকাৰ দ্বিতীয়াৰ্ধৰ পৰা গোহাঁয়ে মূলতঃ অসমৰ শোষিত-নিপীড়িত শ্ৰেণীৰ মুক্তিৰ হকে এজন অগ্ৰণী সমাজ সমালোচকৰ…