গছ
গীতুমণি তালুকদাৰ মই প্ৰাতঃকালতে দেখিছিলোঁ বতাহৰ ডাল আৰু পোহৰৰ ফুলেৰে ভৰুণ এজোপা গছ; য’ত প্ৰতিপাহ ফুলেই আপোনপেটীয়া আৰু চকুচৰহাৰ মনৰ পৰা খান্দি উলিয়ায় অন্ধকাৰ, প্ৰতিটো ডালেই নিৰ্মল সুৱাসেৰে ভৰাই তোলে চৌদিশ৷ দুপৰৰ বেলিটো মূৰত লৈ গৰম হয় জুৰ…