Anyayug Contributor গীতাঞ্জলি বৰকটকী ভাগৱতী

অ-ফলাৰ পদ্য

গীতাঞ্জলি বৰকটকী  ভাগৱতী অ-ই ক’লে অসমৰ অকণ-অকণি আমিআ-ই বোলে ফাকুৱাত আবিৰ লওঁ সানি।ই-এ সোধে ইকৰাৰে ভেলাঘৰ সাজে নে নাসাজেঈ-এ বোলে ঈশ্বৰে লুকাভাকু খেলে নে নেখেলে?উ-এ সোধে উটত উঠি মৰুভূমি চাবা নে নোচোৱাঊ-এ ক’লে ঊষা-অনিৰুদ্ধৰ কাহিনীটো কোৱা।ঋ-এ বোলে ঋষি থাকে আশ্ৰমত…