Anyayug Contributor গায়ত্ৰী প্ৰান্তিক শৰ্মা

মহামায়া

গায়ত্ৰী প্ৰান্তিক শৰ্মা একেঘাপে পাৰটোৰ ডিঙিটো কাটি মুণ্ডহীন পাৰটোৰ ডিঙিটো মুখতে লগাই এক বিশেষ ভংগীমাত নৃত্য কৰি কৰি কোট্ কোট্‌কৈ‍তেজবোৰ পি খাইছিল পূজাৰীজনে। কাষতে ইতিমধ্যেই কাটি কাটি থৈ যোৱা হৈছিল হাঁহ, ছাগলী আদি বিভিন্ন মুণ্ডহীন জীৱবোৰ। বাজি উঠিছিল শংখ, ঘণ্টা।…