Anyayug Contributor কৰবী বৰ্মন কলিতা

অসমীয়া বনাম ইংৰাজী মাধ্যমৰ বিদ্যালয়

 কৰবী বৰ্মন কলিতা   অসমীয়া অভিভাৱকৰূপে  আৰম্ভণিতেই কওঁ আজিৰ শিক্ষা ব্যৱস্থাত কিন্তু মাধ্যম এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে৷ আমাৰ নিজৰ সন্তানেও ভৱিষ্যতৰ সম্ভাৱনাৰ (চাকৰিমুখী সম্ভাৱনাৰ) বাবে ইংৰাজী মাধ্যমতেই যে শিক্ষা গ্ৰহণ কৰিব এই সিদ্ধান্তত নিশ্চিত আছিলো৷ অসমীয়া আমাৰ মাতৃভাষা৷ কিন্তু…