Anyayug Contributor কেশৱ শংকৰ পিল্লাইৰ “ স্নে ’ ক-বাইট”

সৰ্প-দংশন

মূল : কেশৱ শংকৰ পিল্লাইৰ  “স্নে’ক-বাইট” অনুবাদ : বিদিশা দত্ত এদিন ঘৰৰ চোতালত মই সৰু সাপ এটা দেখা পালোঁ। সাপটো লাহে লাহে বগাই আহি আছিল। মোক দেখা মাত্ৰকে সি তৎক্ষণাৎ ওচৰতে পৰি থকা নাৰিকলৰ কোৰোকা এটাৰ ভিতৰত সোমালগৈ। মই লাহেকৈ…