Anyayug Contributor কান্দি থকা ডাবলিনৰ পথ-উপপথত মোৰ চেতনাই পাকঘূৰণি খায়

য়ুলিছিছ্

মৃদুল শৰ্মা মনত আছে কথাবোৰ ৷ চহৰৰ অলিয়ে গলিয়ে ঘূৰি ফুৰে মোৰ মন অথচ ট্ৰয় ক’ত মই কাহানিও নাজানো অথবা জানিবলৈ মনো কৰা নাই কান্দি  থকা ডাবলিনৰ পথ-উপপথত মোৰ চেতনাই পাকঘূৰণি খায় হেৰুওৱা প্ৰেয়সীৰ কথা ভাবোঁ এই নিৰ্জন শিলাময় দ্বীপত…