Anyayug Contributor কল্যাণী চক্ৰবৰ্ত্তী গগৈ

জ্ঞান আৰু প্ৰজ্ঞাৰ কবি নীলমণি ফুকন

কল্যাণী চক্ৰবৰ্ত্তী গগৈ জ্ঞান আৰু প্ৰজ্ঞাৰ মেটমৰা ভঁৰালৰ অধিকাৰী কবি নীলমণি ফুকনৰ কবিতাত প্ৰতীkবাদ আৰু চিত্ৰকল্পবদৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ বিদ্যমান৷ তেওঁৰ কবিতাৰ সৃষ্টিকৰ্মত উল্লেখযোগ্য কৰ্ম হিচাপে আমি কবিতা, গোলাপী জামুৰ লগ্ন, আৰু নৃত্যৰতা পৃথিৱীলৈ আঙুলিয়াব পাৰোঁ৷ ১৯৩৩ চনৰ ১০ ছেপ্তেম্বৰত জন্ম গ্ৰহণ কৰি শিক্ষা,…