Anyayug Contributor কল্পনা শৰ্মা

পানীৰ শিল

 কল্পনা শৰ্মা    লাইধনৰ ঘৰত শিল পানীত ভাহিছে আৰু কথাটো শুনা মাত্রকে লাইধনৰ চোতাললৈ মানুহ পানীৰ সোঁত বোৱাদি বৈছে৷ নাহিব মানুহ ! কম আচৰিত কথা এইটো! সাধুকথাত হে শুনিছিল মানুহবোৰে “লাও তল যোৱা- শিল ওপঙা”ৰ কথা৷ ঘোৰ কলিযুগত যেন এয়া সাক্ষাৎ ঈশ্বৰৰ…