Anyayug Contributor কলপাতৰ ফুটাৰে অ, আ, ক, খ

পিছলৈ উভতি চাওঁ— ৬

কলপাতৰ ফুটাৰে অ, আ, ক, খ ড° পোনা মহন্ত মোৰ পাঁচ-ছবছৰ মান হওঁতে দেউতা নে খুৰা কোনোবা এজনে নি ৫৬৫ নং বাৰেঘৰ ভকত গাঁও এল.পি. স্কুলত নামটো লিখোৱালেগৈ। মোৰ সোঁৱৰণিত আন এটা শুনিবলৈ ভাল আৰু অৰ্থপূৰ্ণ নাম আছিল যদিও ঘৰত…