Anyayug Contributor এম. কামালুদ্দিন আহমেদ

উৰন্ত শিলালিপি

এম. কামালুদ্দিন আহমেদ   কৃত্ৰিম বুদ্ধিমত্তাৰে ওপঙি উঠোঁ বুৰ যাওঁ বিৰাট এক আকাৰ ধাৰণ কৰি ভৱিষ্যতৰ দিগন্তত সোমাই পৰোঁ   সভ্যতাই মোট সলাব   গুগল এৰি কোন যায় সেয়া জিঅ’ফ্ৰে হিণ্টন আত্মহননৰ শিলালিপি আমাৰ বুকুত খোদিত কৰি   ***                    …

ভাৰতীয় কবি অনুভৱ তুলসী

  এম. কামালুদ্দিন আহমেদ অনুভৱ তুলসী(১৯৫৮-২০২৫)ৰ অকাল বিয়োগে তেওঁৰ অনুপস্থিতি বাৰুকৈয়ে অনুভূত কৰাইছে। তেওঁৰ কবিতাৰ সমালোচনামূলক লেখাৰ সংকলন দোলায়িত প্ৰস্তৰ (২০২২)ৰ সম্পাদনা কৰি থাকোঁতে সমসাময়িক ভাৰতীয় কবিতাৰ প্ৰেক্ষাপটত অনুভৱ তুলসীৰ স্থান সম্পৰ্কীয় কথাটোৱে মোৰ মনত খুন্দিয়াই আছিল। সাম্প্ৰতিক ভাৰতীয় কবিতাৰ ক্ষেত্ৰত…

বালিচৰ

 এম. কামালুদ্দিন আহমেদ    প্রতিটো বানে মনত বালিচৰ একোটা থাপি যায়   অলক্ষিতেই ঘটি আছিল এই ঘটনা   অৱচেতনত বালিচৰবোৰ সোমাই আছিল   বানত মানুহ এজন উটি যোৱাৰ শৈশৱৰ ছৱিখন আজিও ৰ’দৰ দৰে জিলিকে   আজি বালিচৰবোৰ ওলাই আহিছে এইমাত্ৰ…

আস্বাদিত ধান

এম. কামালুদ্দিন আহমেদ   ৰাতিৰ পথাৰ অতিক্ৰমি দৃষ্টি বৈ গৈছিল একোৱেই সামৰি লোৱা নাছিল সি   পুৱা চকু মোহাৰোঁতে পটী যিহেতু নাছিলেই ধানবোৰ সোমাই আহিছিল নিবিড় হ’বলৈ অথচ ৰাতিৰ আন্ধাৰত ধানবোৰ হৈছিল বিমূৰ্ত যেন দূৰ ক’ৰবালৈ গুচি গৈছিল   ক্ৰমান্বয়ে…

কাকতালীয়

এম. কামালুদ্দিন আহমেদ   মৃত্যুৰ ওজন কিমান অমৰত্বত কিমানখিনি মাধুৰ্য চাকি চাই উমান ল’বা নে তুমি তুমিতো এটা প্ৰজাতি মাত্ৰ   বখলিয়াই আছিলা বখলিয়াই আছিলা কমলাটো যেন ছেলাইহে আছিলা সত্তাৰ আৱৰণ   পাল্লাত দিলোঁ এফালে অমৰত্ব আৰু আনফালে মৃত্যু পাল্লাৰ…