Anyayug Contributor এজন মুমূৰ্ষুক দেখিছিলোঁ, ভৰিৰ নখবোৰ দীঘল

মৃতকসকল

মূল (বাংলা) : বুদ্ধদেৱ বসুঅসমীয়া ৰূপান্তৰ : এপ’লো খাটনিয়াৰ শুনিছোঁ জীৱিতৰ ভৰেৰে এই পৃথিৱী পৰিশ্ৰান্ত৷ কিন্তু ভাব হয় মৃতকৰ সংখ্যা ততোধিক৷   সেয়া কোনখন জগত, য’লৈ তেওঁলোক গুচি যায়? সেয়া কি পাতাল? সেয়া কি অন্তৰীক্ষ, কল্পনাতীত কোনো সুদূৰ?   কোনো…