Anyayug Contributor এজন পেছাদাৰী শিল্পীৰ কৰ্ম-দৰ্শন আৰু চিন্তালানি

Galpa April 2022

 এজন পেছাদাৰী শিল্পীৰ কৰ্ম-দৰ্শন আৰু চিন্তালানি -জীৱন কিশোৰ ———————– (১) ভি, কে, বাসুদেৱন এজন তেনেই সহজ-সৰল লোক । তেওঁৰ অজস্ৰ অনুৰাগীৰ মাজত এই অভিধাৰেই তেওঁ পৰিচিত। এদিন  ৰাতি শোৱাপাটীত পৰি তেওঁ পুৰণি লগৰীয়া বাসৱ আৰু দেবুৰ গোটেই জীৱনটোৰ বিষয়ে ভাবিবলৈ…